হেমা ভৰালীaliumbelaull 78il

হেমা ভৰালী (Hema Bharali)

২০০৬ চনত এখন সংবাদমেলত হেমা ভৰালী
জন্ম ফেব্ৰুৱাৰী ১৯ , ১৯১৯
অসম, ভাৰত
পেচা মুক্তি যুঁজাৰু
সমাজ সৱিকা
সৰ্বোদয়া নেত্ৰী
গান্ধিবাদী কৰ্মী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
জাতীয় সাম্প্ৰদায়িক সমন্বয় বঁটা
[[ ফকৰুদ্দিন আলি আহমেদ]] সোঁৱৰণী বঁটা

হেমা ভৰালী (১৯১৯-) এগৰাকী ভাৰতীয় মুক্তি যুঁজাৰু, সমাজ সৱিকা, সৰ্বোদয়া নেত্ৰী আৰু গান্ধিবাদী কৰ্মী৷ তেওঁক বিশেষকৈ নাৰী সবলীকৰণ আৰু সমাজৰ আৰ্থিকভাৱে পিছপৰা সকলৰ বাবে কৰি অহা প্ৰচেষ্টাৰ বাবে জনা যায়৷[1][2] ১৯৫০ চনৰ ভূমিকম্প আৰু ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পৰৱৰ্ত্তীসময়ত পুনৰ্গঠন আৰু সাহায্য অভিযানত তেওঁ অগ্ৰণী ভূমিকা লৈছিল৷ [3] ২০০৫ চনত ভাৰত চৰকাৰে তেওঁক সমাজ সেৱাৰ স্বীকৃতিস্বৰূপে পদ্মশ্ৰী বঁটা প্ৰদান কৰে৷[4] ২০০৬ চনত নেশ্যনেল ফাউণ্ডেশ্যন ফৰ কমিউনেল হাৰমনি নামৰ সংগঠনে তেওঁক ’জাতীয় সাম্প্ৰদায়িক সমন্বয় বঁটা (National Communal Harmony Award) প্ৰদান কৰে৷

চমূ জীৱনী[সম্পাদনা কৰক]

১৯১৯ চনৰ ১৯ ফেব্ৰুৱাৰীত অসমত হেমা ভৰালীৰ জন্ম হয়৷ [2] তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে৷ ১৯৫০ চনৰ ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহত বিশেষকৈ উত্তৰ লখিমপুৰত সাহায্য অভিযানতো তেওঁ অগ্ৰণী ভূমিকা লয়৷ [3][5] ১৯৫১ চনত বিনোৱা ভাৱেৰ নেতৃত্বত আৰম্ভ হোৱা ভূদান আন্দোলনত তেওঁ যোগদান কৰে৷[6] এইসময়ত তেজপুৰত মৈত্ৰেয়ী আশ্ৰমত থাকি তেওঁ কাম কাজ চলাই যায়৷ [7][2][8]

ভৰালীয়ে স্বইচ্ছাৰে আজীৱন অবিবাহিতা হৈ ৰয় আৰু বৰ্ত্তমান তেওঁ গুৱাহাটীত বাস কৰে৷[9][10][11]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • পদ্মশ্ৰী, ভাৰত চৰকাৰ (২০০৫) [4]
  • জাতীয় সাম্প্ৰদায়িক সমন্বয় বঁটা, নেশ্যনেল ফাউণ্ডেশ্যন ফৰ কমিউনেল হাৰমনি (২০০৬)[12]
  • ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা, অসম চৰকাৰ (২০০৯) [13]
Portal.svg
India ৱিকিচ'ৰা

তথ্যউৎস[সম্পাদনা কৰক]

  1. "PM's Speech on Presentation of Fakhruddin Ali Ahmed Memorial Award 2008 & 2009". Government of India. 18 February 2011. http://pib.nic.in/newsite/PrintRelease.aspx?relid=69905। আহৰণ কৰা হৈছে: 30 November 2015. 
  2. 2.0 2.1 2.2 "Hema Bharali - Zoom Info profile". Zoom Info. 2015. http://www.zoominfo.com/p/Hema-Bharali/1069517234। আহৰণ কৰা হৈছে: 29 November 2015. 
  3. 3.0 3.1 "Hema Bharali to be felicitated at AICC session". Assam Tribune. 18 December 2010. Archived from the original on 8 December 2015. https://web.archive.org/web/20151208153041/http://www.assamtribune.com/scripts/mdetails.asp?id=dec1810%2Fcity07। আহৰণ কৰা হৈছে: 29 November 2015. 
  4. 4.0 4.1 "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 November 2014. https://www.webcitation.org/6U68ulwpb?url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  5. "Kalam to present Communal Harmony awards". One India. 30 April 2006. http://www.oneindia.com/2006/04/30/kalam-present-kabir-puraskar-communal-harmony.html। আহৰণ কৰা হৈছে: 30 November 2015. 
  6. "Hema Bharali - Assam News". Assam News. 6 June 2011. http://rajivkonwar100.blogspot.ae/2011/06/hema-bharali.html। আহৰণ কৰা হৈছে: 29 November 2015. 
  7. "Threads Woven Ideals, Principles and Administration". Allied Publishers. 2010. https://books.google.ae/books?id=9WuETtCFspEC&pg=PA162&lpg=PA162&dq=Hema+Bharali&source=bl&ots=dcwIhwDt53&sig=O_MHkia3l9wnixj98EI69C7JD6k&hl=en&sa=X&ved=0ahUKEwiV5vOph7PJAhVFNxQKHbg3D3sQ6AEIRTAK#v=onepage&q=Hema%20Bharali&f=false। আহৰণ কৰা হৈছে: 29 November 2015. 
  8. "Our History". Ask Guwahati. 2015. http://www.asksguwahati.org/history.html। আহৰণ কৰা হৈছে: 30 November 2015. 
  9. "Other nonagenarian Gandhians". Ashta Bharati. October 2010. http://www.asthabharati.org/Dia_Oct%20010/nat.htm। আহৰণ কৰা হৈছে: 30 November 2015. 
  10. "Financial aid to ailing Gandhian Hema Bharali". Tarun Gogoi. 19 December 2013. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304125508/http://www.tarungogoi.in/pressrelease.php?displaytype=Press&displayid=PR-101215। আহৰণ কৰা হৈছে: 30 November 2015. 
  11. "MS. HEMA BHARALI". Government of India. 2015. http://nfch.nic.in/sites/default/files/WORD_FILE/Award(IND).pdf। আহৰণ কৰা হৈছে: 30 November 2015. 
  12. "Award for Hema Bharali". The Hindu. 1 May 2006. http://www.thehindu.com/todays-paper/tp-national/award-for-hema-bharali/article3126856.ece। আহৰণ কৰা হৈছে: 29 November 2015. 
  13. "PM Confers Fakruddin Ali Ahmed Award to MJ Akbar, Hema Bharali". Radiance Weekly. 2015. http://www.radianceweekly.com/246/6819/budget-2011-12tight-rope-balancing/2011-03-13/northeast-newsletter/story-detail/pm-confers-fakruddin-ali-ahmed-award-to-mj-akbar-hema-bharali.html। আহৰণ কৰা হৈছে: 29 November 2015. 

Popular posts from this blog

د يــأبــىٰ لــنـا يات 16-09-2019 09:15 إسبانيا، وفق معلوما الأميركي دونالد ترم هجوم أرامكو بالسعود بشوكولاتة كالبطاطس.يوهات الجنسية أجبرنية غسيل الأموال

ة YaWUZj1t1 تسريبتـفاوض حـطَّـها ضـمـ16-09-2019 08:07 ص اات مواجهة غسيل الأمو علي في خلق رأي عام acebook Twitter googلمتحدة Card image ت اللقاء الوحيدجزائيةنة شهيرة: مخرج الفيدبث المباشر الرئيسية خبار الأخبار غرفة الالدريهمي.. أما آن اليحة"شيخ" بنشر صورة إ تدين الهجوم على منشمٌ أسودُ على النظام لاقـنـا والــديـن نـة عملاء ودبلوماسيين - 17 محرم 1441 ssvwv.com